3 AUG 2025
TV9 ASSAM
শাওন মাহটো অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ মাহ।
অসমীয়া কেলেণ্ডাৰ অনুসৰি ৪ আগষ্টত শাওনৰ তৃতীয়টো সোমবাৰ।
শাওন মাহত বৰষুণ হয় কাৰণ এই মাহত ভগৱান শিৱ সুখী হৈ জটা জোকাৰি দিয়ে বুলি বিশ্বাস আছে।
শাওনত হোৱা বৰষুণ ভগৱান শিৱৰ চুলিৰ পৰা গংগা পৃথিৱীলৈ অহা বুলি বিশ্বাস কৰা হয়।
শাওনৰ তৃতীয় সোমবাৰে এটা পাত্ৰ পানী আৰু ৩ টা বেল পাত লওক। বেলপাতত চন্দন লগাওক, নিজৰ ইচ্ছা কওক আৰু এটা এটাকৈ বেলপাত আগবঢ়াওক।
চাবলৈ ক্লিক কৰক