শ্ৰীৰঘুপতিৰ পিছত আৰু দুগুন জনপ্ৰিয়তা বাঢ়িছে ৰবি শৰ্মাৰ।

20  May 2025

TV9 ASSAM

এইবাৰ আহি আছে ৰবি শৰ্মাৰ নতুন অসমীয়া ছবি  'ৰুদ্ৰ'।

নতুন ছবি

সোমবাৰে যোৰহাটত 'ৰুদ্ৰ'ৰ ট্ৰেইলাৰ মুকলি কৰে।

ৰুদ্ৰ

চলিত বৰ্ষৰ ৬ জুনত ছবিগৃহত মুক্তিলাভ কৰিব এই ছবিখনে ।

কেতিয়া মুক্তি পাব?

 এই ছবিখনত প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে আদিল হুছেইন আৰু ৰবি শৰ্মাই ৷

ৰুদ্ৰ

ধ্বনি ৰেকৰ্ডছ ইউটিউব চেনেলত 'ৰুদ্ৰ' ট্ৰেইলাৰটো মুকলি কৰা হৈছে ৷ 

ট্ৰেইলাৰ

অসমৰ আইন-শৃংখলা পৰিস্থিতিক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

কাহিনী

ট্ৰেইলাৰ মুকলিৰ দিনা দেখা গ'ল ৰবি শৰ্মাৰ ষ্টাণ্ট ৷ গাত জুই লগাই চিনেমাহলত প্ৰৱেশ।

ৰবি শৰ্মাৰ ষ্টান্ট

চাবলৈ ক্লিক কৰক 

নখত বগা দাগ কিয় থাকে?