সমাগত পবিত্ৰ ৰাখীবন্ধন।

7 AUG 2025

TV9 ASSAM

ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ।

ৰাখী

ৰাখী বন্ধনৰ কিছু নিয়ম আছে। সেইসমূহ অনুসৰণ কৰক।

ৰাখীবন্ধন

ৰাখী পিন্ধাৰ সময়ত ভাতৃয়ে পূব দিশে মুখ কৰি বহিব লাগে।

নিয়ম

পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে ভগ্নীয়ে। 

ৰাখী

নতুন পোছাক, গহণা, টকা বা আন কোনো উপহাৰ দিয়ে ভাতৃয়ে।

পৰম্পৰা

ৰাখী পিন্ধোৱাৰ সময়ত কোনো ৰুমাল বা আন কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে। 

নিয়ম

ভাতৃৰ সোঁহাতৰ মণিবন্ধনত ৰাখী পিন্ধাওক আৰু কঁপালত চন্দনৰ ফোট দিয়ক। 

নিয়ম

ট্ৰাম্পৰ খং!

লগতে পঢ়ক