স্বৰ্গ নে নৰক? মৃত্যুৰ পাছত ক'লৈ যায়...

16  OCT 2025

TV9 ASSAM

বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজে মানুহক বিভিন্ন সমস্যাৰ সমাধান দিয়ে। প্ৰতিদিনে বহু ভক্ত তেওঁৰ ওচৰলৈ যায় আৰু নিজৰ নিজৰ সমস্যাৰ কথা অৱগত কৰে।

প্ৰেমানন্দ মহাৰাজ

সামাজিক মাধ্যমত মহাৰাজৰ বহু ভিডিঅ ভাইৰেল হৈ থকা দেখা যায়। যত তেওঁ ভক্তসকলক ভাল উপদেশ দিয়াৰ লগতে মাগদৰ্শন কৰা দেখা যায়।

ভাইৰেল

এবাৰ প্ৰেমানন্দ মহাৰাজে কৈছিল মৃত্যুৰ পাছত আত্মা ক'লৈ যায়। তেওঁ কয় যে, পুণ্য আত্মা হ'লে ব্যক্তি স্বৰ্গলোকলৈ আৰু পাছত দেৱলোকলৈ যায়।

মৃত্যু

যদি ব্যক্তি নৰকলৈ যায় তেতিয়া তেওঁক নিবলৈ যমদূত আহে। অৱশ্যে শ্ৰীহৰিয়ে সকলোৰে ৰক্ষা কৰে। তেওঁ কয়, যেতিয়া ভক্তই শৰীৰ ত্যাগ কৰে তেতিয়া নিজে নিজে সেই ভক্তৰ বাবে স্বৰ্গৰ দুৱাৰ খোল খায়।

যমদূত

প্ৰেমানন্দ মহাৰাজৰ মতে, জীৱনৰ শেষৰ সময়চোৱাত যি ব্যক্তিয়ে মাত্ৰ এবাৰ ভগৱানক স্মৰণ কৰে তেনে লোক সদায় ভগৱানৰ ওচৰত থাকে।

অন্ত

যদি কোনো ব্যক্তিয়ে মৃত্যুৰ সময়ত ভগৱানৰ নাম স্মৰণ নকৰে তাৰ পাছতো তেওঁ পুণ্যবানৰ লোকলৈ যায় সুখ ভোগ কৰে।

আৰু কি হয়

তাৰ পাছত সেই ব্যক্তিজনৰ জন্ম মৃত্যুলোকৰ যিকোনো ধনবান ব্যক্তিৰ ঘৰত হয়।  পাছত তেওঁৰ ৰৈ যোৱা কাম হয় আৰু ভগৱানক ভক্তিৰ সুযোগ পুনৰ লাভ কৰে।

আৰু কি হয়

পঝ়িবলৈ ক্লিক কৰক 

বাস্তু শাস্ত্ৰ