অকাল মৃত্যুৰ পৰা হাত সৰাৰ উপায় জানক...

27 june 2025

TV9 ASSAM

বৃন্দাবনৰ প্ৰসিদ্ধ বাবা প্ৰেমানন্দ মহাৰাজে নিজৰ বিচাৰ আৰু বচনৰ দ্বাৰা ভক্তৰ মাগদৰ্শন কৰে। মহাৰাজৰ ওচৰত দূৰ-দূৰণিৰ পৰা বহু লোক আহে  আৰু নিজৰ সমস্যাৰ সমাধান বিচাৰে।

প্ৰেমানন্দ মহাৰাজ

শেহতীয়াকৈ এজন ভক্তই মহাৰাজক প্ৰশ্ন কৰিছিল যে অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? ইয়াৰ উত্তৰত মহাৰাজে বিশেষ উপায় দিয়ে। এই উপায়ৰ ফলত অকাল মৃত্যু ৰোধ হোৱাৰ লগতে জীৱন সুখী হয়।

অকাল মৃত্যু

ঘৰৰ পৰা ওলোৱাৰ সময়ত ১১ বাৰ এটা মন্ত্ৰ জপ কৰিব লাগে। এই মন্ত্ৰটো-  "ঔমঃ কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে, প্ৰণতঃ ক্লেশানাশায় গোবিন্দায় নমো নমঃ "।

প্ৰথম উপায়

প্ৰেমানন্দ মহাৰাজে কয় যে, ইযাৰ ফলত দুৰ্ঘটনাৰ সম্ভাৱনা ৰোধ পায়। ইয়াৰোপৰি ব্যক্তিয়ে যিকোনো প্ৰকাৰৰ সংকটৰ পৰা হাত সাৰিব পাৰে। ইয়াৰোপৰি ভয় অনুভৱ হ'লেও এই মন্ত্ৰ জপ কৰিব পাৰে।

মন্ত্ৰ

মহাৰাজে কয় যে, দিনটোত কমেও ২০-৩০ মিনিট ঠাকুৰজীৰ আগত বহি ভজন, কীৰ্তন বা শ্ৰীকৃষ্ণৰ নাম জপ কৰিব পাৰে। দিনত আপুনি সময় উলিয়াই ৰাধা-কৃষ্ণৰ নাম জপ কৰিব পাৰে।

ভজন

আন এটা উপায় কয় যে, বৃন্দাবনলৈ আহি কৃষ্ণক পূজা কৰক। ইয়াৰ ফলত আপোনাৰ সকৰাত্মক শক্তি লাভৱান্বিত হয়। ইয়াৰোপৰি ইয়াৰ ফলত জীৱন মংগলময় হয়।

অন্য উপায়

প্ৰেমানন্দ মহাৰাজে কয় যে, এই তিনিটা সাধাৰণ উপায়ৰ দ্বাৰা মানুহে অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰে। ইয়াৰ ফলত জীৱনলৈ সুখ-শান্তি বৃদ্ধি পাব বুলি কয় মহাৰাজে।

প্ৰেমানন্দ মহাৰাজ 

পঢ়িবলৈ ক্লিক কৰক 

দাঁতৰ মাজত ফাঁক কিহৰ সংকেত