আলুৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি!

2 Dec 2026

TV9 ASSAM

 আলু প্ৰায় সকলো লোকৰে প্ৰিয়। সকলো সময়তেই ৰান্ধনী ঘৰতে আলু থকা দেখা যায়। 

উপকাৰ

কেৱল খোৱাৰ বাবেই নহয়, আলু আমাৰ ৰূপ চৰ্চাৰ বাবেও উপকাৰী।

উপকাৰ

আলুৰ পেষ্ট বনাই চকুৰ তলত লগালে চকুৰ তলৰ কলা দাগ বহু পৰিমাণে নাইকীয়া হয়। 

উপকাৰ

 আলুত থকা ভিটামিন Cএ  ছালৰ বয়স বৃদ্ধিত বাধা দিয়ে। আলুৰ পেষ্ট বনাই ১৫ মিনিট সময় মুখত লগাই থৈ পানীৰে ধুই দিলে সুফল পোৱা যায়।

উপকাৰ

আলু বেছিভাগ ঘৰতে সহজে পোৱা যায়, গতিকে ইয়াক আপোনাৰ ছালৰ যত্নত অন্তৰ্ভুক্ত কৰিবলৈ আপুনি বিশেষ কষ্ট কৰিব নালাগিব। 

উপকাৰ

আলুৰ বাকলি উলিয়াই টুকুৰা টুকুৰ কৰি মিহলাই লওক। কপাহী কাপোৰ বা মিহি কাপোৰ ব্যৱহাৰ কৰি ইয়াৰ ৰস উলিয়াই মুখ আৰু ডিঙিত লগাই ছালত লাহে লাহে ৫ মিনিটমান মালিচ কৰিব লাগে। 

আলু

যদি দাগ পৰিষ্কাৰ কৰাৰ লগতে ছালখন কোমল কৰিব বিচাৰে তেন্তে আলুৰ ৰসত গ্লিচাৰিন কেইটোপালমান দি তাত দুচামুচ গাখীৰ দিব।

আলু

পঢ়িবলৈ ক্লিক কৰক 

জুবিন গাৰ্গ ন্যাস গঠন, খাৰঘূলিৰ বাসগৃহ ন্যাসক দান গৰিমা শইকীয়া গাৰ্গৰ