প্ৰস্ৰাৱৰ সময়ত সমস্যা হয় নেকি?

29 Sept 2025

TV9 ASSAM

প্ৰস্ৰাৱৰ বাবে শৰীৰত বিভিন্ন সমস্যাই দেখা দিব পাৰে।

সমস্যা

প্ৰস্ৰাৱৰ ৰং বা প্ৰস্ৰাৱত কোৱো সমস্যা পালে বুজিব যে এয়া কোনো ৰোগৰ ইংগিত।

প্ৰস্ৰাৱ

এয়া UTI ৰ লক্ষণ, ফলত প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা আৰু বিষ অনুভৱ কৰিব পাৰে।

UTI

ইউটিআইয়ে কেৱল প্ৰস্ৰাৱ নলীতে নহয়, মূত্ৰাশয় আৰু বৃক্কতো প্ৰভাৱ পেলায়।

সমস্যা

চিকিৎসাত পলম হ’লে বৃক্কৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

সমস্যা

ভোক বৃদ্ধি, ওজন কমা, ভাগৰুৱা, দৃষ্টিশক্তিৰ, মেজাজৰ সলনি আদি ডায়েবেটিছৰ বাবে হয়।

কাৰণ

প্ৰষ্টেট কৰ্কটৰ বাবেও সঘনাই প্ৰস্ৰাৱ, প্ৰস্ৰাৱত বিষৰ দৰে কেইবাটাও জটিলতাৰ সৃষ্টি হ’ব পাৰে।

কৰ্কট

লগতে পঢ়ক

চকুৰ তলত Dark Circle পৰিছে নেকি? দূৰ কৰক এই উপায়েৰে