কাজিৰঙাৰ হাতীখুলি হালধিবাৰীত পুৱাই অঘটন।

কাজিৰঙাৰ হাতীখুলি হালধিবাৰীত পুৱাই অঘটন।

28 Jan 2025

TV9 ASSAM

Tv9-Assam-Logo

Image Source: Social media

প্ৰাতঃভ্ৰমণলৈ যোৱা লোকজনক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গঁড়ৰ আক্ৰমণ।

প্ৰাতঃভ্ৰমণলৈ যোৱা লোকজনক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গঁড়ৰ আক্ৰমণ।

গঁডৰ আক্ৰমণ

গঁড়ৰৰ আক্ৰমণত নিহত  ৫৬ বছৰীয়া বিক্ৰম লোহাৰ।

গঁড়ৰৰ আক্ৰমণত নিহত  ৫৬ বছৰীয়া বিক্ৰম লোহাৰ।

নিহত

ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিক্ৰম লোহাৰক আক্ৰমণ কৰে গঁড়ে। নিহত ব্যক্তিজনৰ ঘৰ হাতীখুলিত।

ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আক্ৰমণ কৰে গঁড়ে। নিহত ব্যক্তিজনৰ ঘৰ হাতীখুলিত।

গঁড়ৰ আক্ৰমণ

কিছুদিন পূৰ্বে কাজিৰঙাত জীপছী চাফাৰীৰ সময়তে অঘটন ঘটিছিল।

অঘটন

দুটা গঁড়ৰ সন্মুখত জীপছীৰ পৰা পৰি কথমপি প্ৰাণ ৰক্ষা পৰিছিল কণমানিসহ মাতৃৰ।

অঘটন

কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জতো গঁড়ৰ আক্ৰমণত আহত হৈছিল এজন লোক।

কাজিৰঙাৰ অঘটন

এইদৰে কাজিৰঙাত মৃত্যু হোৱাৰ উপৰিও বহু লোক চিৰদিনৰ বাবে ঘুণীয়া হৈছে।

কাজিৰঙা

চাবলৈ ক্লিক কৰক 

আজিৰ সোণ-ৰুপৰ মূল্য