উত্তৰ পূব সীমান্ত ৰে'লৱেত নতুন সংযোজন।
6 Dec 2024
TV9 ASSAM
বামুণীমৈদামত স্থাপন লণ্ড্ৰী কেয়াৰ চেণ্টাৰ।
লণ্ড্ৰী কেয়াৰ চেণ্টাৰ
১০টা ৱাশ্বিং মেচিনেৰে ধোৱা হয় ৰেলত ব্যৱহাৰ্য বিচনা চাদৰ আৰু গাৰু গিলিপ।
ৱাচিং মেচিন
AC দবাত ব্যৱহাৰ কৰা দৈনিক ৩২ হাজাৰ কাপোৰ ধোৱা হয়।
ৰে'ল
প্ৰায় ৭০ জন লোকে নিতৌ কাম কৰে এই কাৰখানাত।
কিমান কৰ্মী?
টানেলেৰে গৈ কাপোৰ ধোৱা কাম আৰম্ভ হয়।
লণ্ড্ৰী কেয়াৰ চেণ্টাৰ
শুকুৱাই সম্পূৰ্ণ পেকিং কৰি প্ৰেৰণ কৰা হয় ৰে'লসমূহলৈ।
কাপোৰ
ইয়াৰ জৰিয়তে যাত্ৰীসকলে পৰিস্কাৰ কাপোৰৰ ব্যৱহাৰ কৰিবলৈ পায়।
ৰে'ল যাত্ৰী
চাবলৈ ক্লিক কৰক
চুলি ধোৱাৰ নিয়ম
Learn more