TV9 ASSAM
বিশ্বত স্থান তথা জনগোষ্ঠী ভেদে কিছুমান অদ্ভুত নিয়ম প্ৰচলিত। বিবাহৰ ক্ষেত্ৰতো এনে বিভিন্ন নিয়ম-নীতি আছে। কিন্তু এনে এক নিয়মে আচৰিত কৰিব আপোনাক।
বিয়াৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক এক স্বাভাৱিক কথা। পিছে কইনাৰ পৰিয়ালৰ মহিলাৰ সৈতে দৰাই সম্ভোগ কৰাৰ বাধ্যতামূলক নিয়মো প্ৰচলি স্থাপন কৰিবলগীয়া হয়।
এই আজৱ নিয়ম পূব উগাণ্ডাৰ বানিয়াকোল বা এনকল জনগোষ্ঠীৰ মাজত প্ৰচলিত। নিয়ম অনুসৰি বিয়াৰ পূৰ্বে দৰা আৰু কইনা দুয়োজনেই পৰীক্ষা কৰিব লগা হয়।
ৰীতি-নীতি অনুসৰি বিয়াৰ পূৰ্বে দৰাই নিজৰ শাৰীৰিক ক্ষমতা প্ৰদৰ্শন কৰিব লাগে। শাৰীৰিক কলা-কৌশলত তেওঁ কিমান পাকৈত, শহুৰেকৰ সদস্যসকলক প্ৰমাণ কৰিব লাগিব।
এই পৰীক্ষা দিয়াৰ বাবে দৰাই কইনাৰ পেহীয়েক, খুড়ীয়েকৰ দৰে ৬ গৰাকী মহিলাৰ লগত প্ৰত্যক্ষ শাৰীৰিক সম্পৰ্ক কৰি নিজকে প্ৰমাণ কৰিব লাগিব।
যদি এই মহিলাসকলে দৰাক শাৰীৰিক সম্পৰ্কৰ বাবে যোগ্য বুলি স্বীকৃতি দিয়ে, তেতিয়া তেওঁক বিয়াৰ উপযোগী হিচাপে গণ্য কৰা হয়।
কইনাৰ পৰীক্ষাও তেওঁলোকৰে দায়িত্ব। এই মহিলাসকলে কইনা কুমাৰী নে নহয় পৰীক্ষা কৰে। সকলোৰে সেউজ সংকেত দিয়াৰ পিছতহে বিয়া হয়।
অৱশ্যে এই বিষয়ত কিছু মতভেদো আছে। সৃষ্টি হৈছে। সেই অনুসৰি মহিলাসকলে কেৱল দৰা-কইনাৰ মাজত যৌন সম্পৰ্ক প্ৰত্যক্ষ কৰি দৰাৰ সামৰ্থ্য প্ৰমাণ কৰে।
পঢ়িবলৈ ক্লিক কৰক
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত?