নিম পাত স্বাস্থ্যৰ বাবে এক আশীৰ্বাদ।

11  Nov 2025

TV9 ASSAM

প্ৰতিদিনে পুৱা খালী পেটত নিম পাত চোবাই খালে স্বাস্থ্যৰ উপকাৰ পোৱা যায়।

নিম

ডালৰ পৰা আৰম্ভ কৰি ইয়াৰ পাত আৰু গুটিলৈকে সকলো বস্তুৱেই ব্যৱহাৰ হয়। 

উপকাৰ

খোৱাৰ উপৰিও নিমৰ পাত পিহি ছালৰ যত্নতো ব্যৱহাৰ কৰা হয়।

উপকাৰ

 দৈনিক খালী পেটত এই পাত চোবাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।

উপকাৰ

নিম পাতৰ এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, এন্টিভাইৰেল গুণ আছে।

উপকাৰ

নিম পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণ আছে যিয়ে যকৃত সুস্থ কৰি ৰখাত সহায় কৰে।

উপকাৰ

নিমে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰাই পেলায়, যাৰ ফলত ছালখন জিলিকি উঠে।

উপকাৰ

লগতে পঢ়ক

আজি নিমাওমাও পৰিৱেশ চান্দনী চ’কত