মুখত ভিতৰত কিয় ঘাঁ লাগে ?

10 May 2025

TV9 ASSAM

Photos Credit: Getty Images

বহু কাৰণত মুখত ঘাঁ লাগিব পাৰে। সাধাৰণতে মুখৰ আলচাৰ এসপ্তাহৰ পৰা দুসপ্তাহৰ ভিতৰত ভাল হয়।

ভাল হ'বলৈ কিমান দিন লাগে ?

যদি মুখত সঘনাই আলচাৰ হয়, তেন্তে ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ই কিয় হয় আৰু ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

প্ৰতিৰোধ কৰাৰ উপায়

সাধাৰণতে পেটৰ সমস্যাৰ বাবে মুখত ঘাঁ লাগে বা আলচাৰ হয়। ইয়াৰ উপৰিও ভাইৰাছ আৰু ভিটামিনৰ অভাৱৰ বাবেও মুখৰ আলচাৰ হ’ব পাৰে। 

পেটৰ সমস্যা

মুখৰ আলচাৰৰ প্ৰধান কাৰণ হ’ল মানসিক চাপ, ভিটামিন বি-১২ৰ অভাৱ, আইৰণৰ অভাৱ আৰু ভাইৰাছ।

 প্ৰধান কাৰণ 

আলচাৰ বা ঘাঁ লগাৰ পৰা হাত সাৰিবলৈ মুখখন পৰিষ্কাৰ কৰি ৰাখক আৰু দিনটোত দুবাৰকৈ ব্ৰাছ কৰক।

মুখখন পৰিষ্কাৰ কৰক

পুষ্টিকৰ খাদ্য খাওক, বেছিকৈ টেঙা বা ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকক। খাদ্যত ফলমূল, শাক-পাচলি, গাখীৰ আৰু দৈ অন্তৰ্ভুক্ত কৰিব লাগে।

পুষ্টিকৰ খাদ্য খাওক

ধঁপাত সেৱন পৰিহাৰ কৰক। ধঁপাত আলচাৰ হোৱাৰ প্ৰধান কাৰণ। মানসিক চাপ কমোৱাৰ চেষ্টা কৰক। লগতে চিকিৎসকৰ পৰামৰ্শ লওক ।

চিকিৎসকৰ পৰামৰ্শ 

পঢ়িবলৈ ক্লিক কৰক

গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে ?