ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?

24 October 2025

TV9 ASSAM

Photos Credit: Getty Images

বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে বহু লোক ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়।

ওজন বৃদ্ধি 

আজিকালি বহুতৰে মাজত দেৰিকে শুৱা আৰু দেৰিকে উঠা অভ্যাস দেখা যায়। ওজন বৃদ্ধিৰ ই এক অন্যতম কাৰণ।

দেৰিকৈ উঠা অভ্যাস

পুৱা পানী খাব লাগে। কাৰণ পুৱা ভাগত শৰীৰ ডিহাইড্ৰেট হৈ থাকে আৰু পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে আৰু শৰীৰৰ পৰা কম পৰিমাণৰ কেলৰী নষ্ট হয়। ইয়াৰ ফলত ওজন বৃদ্ধি হয়।

পানী খাব লাগে

পুৱা বেছি নিমখ বা ফেট থকা খাদ্য খাব নালাগে। প্ৰটিন থকা খাদ্য খাব লাগে। পুৱাৰ অস্বাস্থ্যকৰ খাদ্যই শৰীৰৰ ওজন বৃদ্ধি কৰে।

খাদ্য

কিছুমান মানুহে পুৱাৰ চাহত অধিক চেনি দি খায়। কফি বা চাহত অত্যাধিক চেনি দি খালে শৰীৰত বেয়া প্ৰভাৱ পৰে আৰু ওজন বৃদ্ধি হয়।

কফি বা চাহ

বহু মানুহে পুৱা উঠি ব্যায়াম নকৰে। ই এক বেয়া অভ্যাস। পুৱা উঠি ব্যায়াম বা বিশেষকৈ খোজ কঢ়া অভ্যাস গঢ়ি দিব পাৰে ।

শৰীৰ চৰ্চা

পুৱাৰ ভাগত ধ্যান আৰু যোগাসন কৰিব পাৰে। ই শৰীৰটোত সক্ৰিয় কৰি ৰখাৰ লগতে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

ধ্যান আৰু যোগাসন

পঢ়িবলৈ ক্লিক কৰক

বিছনাত খাদ্য খালে কি হয় ? জানক