মানি প্লাণ্ট নে স্নেক প্লাণ্ট, কোনবিধ গছে ঘৰলৈ ধনৰ আগমন ঘটায়?

10 July 2025

TV9 ASSAM

বৰ্তমান সময়ত বহুলোকে ঘৰত মানি প্লাণটে আৰু স্নেক প্লাণ্ট ৰাখে। পিছে ধন আকৰ্ষণৰ বাবে কোনবিধ গছ অধিক উপযোগী?

মানি-স্নেক প্লাণ্ট

বাস্তু শাস্ত্ৰ মতে মানি প্লাণ্ট ধন, সমৃদ্ধি আৰু সৌভাগ্যৰ এক শক্তিশালী প্ৰতীক। যিহেতু ইয়াৰ পাত সুমথিৰা পাতৰ দৰে, সেয়েহে দেৱী লক্ষ্মীৰ লগত সম্পৰ্ক আছে।

বাস্তু শাস্ত্ৰ

মানি প্লাণ্টে ঘৰত আৰ্থিক স্থিতিশীলতা বজাই ৰখাত সহায় কৰে। দক্ষিণ-পূব কোণত ৰাখিলে লক্ষ্মীৰ প্ৰৱেশ হয়। বৈবাহিক বিবাদ দূৰ হয়, ঋণাত্মক শক্তি আঁতৰায়।

মানি প্লাণ্ট

যদি কেতিয়াবা মানি প্লাণ্ট শুকাই যায় তেতিয়া ই আৰ্থিক লোকচানৰ ইংগিত দিব পাৰে। আনে দিয়া মানি প্লাণ্ট অধিক শুভ। মানি প্লাণ্ট কিনি নোলোৱাই ভাল বুলি বিশ্বাস কৰা হয়।

শুকাই যোৱা

মানি প্লাণ্টৰ দৰে বহু লোকে ঘৰত স্নেক প্লাণ্টো থয়। বাস্তুৰ মতে, ই ঘৰত ঋণাত্মক শক্তি ৰোধ কৰাত শক্তিশালী প্ৰভাৱ পেলায়।

স্নেক প্লাণ্ট

স্নেক প্লাণ্টে ঘৰত উত্তেজনা, বিবাদ আৰু মানসিক অস্থিৰতা হ্ৰাস কৰে। ইয়াক পূব বা দক্ষিণ-পূব কোণত ৰাখিলে ঘৰলৈ নিৰাপত্তা আৰু স্থিৰতা আহে।

প্ৰভাৱ

বাস্তু শাস্ত্ৰৰ মতে, মানি প্লাণ্টে ধনৰ আগমন ঘটায়। ই সৌভাগ্য আৰু ধন-সম্পত্তিৰ প্ৰতীক। আনহাতে স্নেক প্লাণ্টে আৰ্থিক লোকচান, বিপদ আৰু নেতিবাচক শক্তি দূৰ কৰে।

পাৰ্থক্য

এই প্ৰতিবেদনত উল্লেখ কৰা বিষয়সমূহ লাভ কৰা তথ্যৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assame-এ নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

প্রতিদিনে ব্রেকফাষ্টত বইল কণী খালে কি হয়