আমলখিৰ আছে বহু উপকাৰী গুণ।
28 Nov 2025
TV9 ASSAM
নিয়মীয়া ব্যৱহাৰে চুলি সৰা সমস্যা হ্ৰাস আৰু মজবুতৰ লগতে চুলিৰ জিলিকনি বৃদ্ধি কৰে।
সমস্যা
আমলখিত ভিটামিন চি, এন্টিঅক্সিডেন্ট, আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে।
উপকাৰ
পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়।
ব্যৱহাৰ
আমলখিৰ তেল ব্যৱহাৰ কৰি চুলিত ৩০ মিনিট মালিচ কৰিব।
উপকাৰ
আপনি চুলিৰ মাস্ক বনাইও আমলখিৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে।
উপকাৰ
আমলখিৰ গুড়ি আৰু মৌৰ মিশ্ৰণে চুলিখিনি কোমল আৰু চিকচিকিয়া কৰি তোলাত সহায় কৰে।
উপকাৰ
চুলি স্বাস্থ্যৱান আৰু উজ্জ্বল কৰিবলৈ আপুনি চুলিত আমলখিৰ পানী প্ৰয়োগ কৰিব পাৰে।
উপকাৰ
লগতে পঢ়ক
বনভোজৰ বতৰ আৰম্ভ… কম খৰচতে যাওক এইসমূহ স্থানলৈ
Learn more