মছন্দৰী খালে এই ৰোগ কেতিয়াও নহয়

27 May 2025

TV9 ASSAM

Photos Credit Getty Images

অসমৰ সকলো ঠাইতে পোৱা এবিধ শাক হৈছে মছন্দৰী । এই শাক বিধক ঔষধি হিচাপেও গণ্য কৰা হয় । 

মহাঔষধী

মছন্দৰীৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে । আমাৰ সমাজত প্ৰচলিত কিছুমান ধাৰণা অনুসৰি মছন্দৰীৰ উপকাৰিতা বিষয়ে জানোঁ আহক ।

মছন্দৰী উপকাৰিতা

গ্ৰহণী বা পেটৰ সমস্যাৰ পৰা উপশম পাবৰ বাবে এই শাক বিধ অতি উপকাৰী । মছন্দৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব পাৰে।

গ্ৰহণী বা পেট সমস্যা

তেজৰ চুগাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত মছন্দৰী উপকাৰী । ইয়াৰ উপৰিও মছন্দৰীয়ে শৰীৰৰ "ভাল" কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে।

চুগাৰ মাত্ৰা নিয়ন্ত্ৰণ

ছালৰ ৰোগ নিৰাময়ত মছন্দৰী উপকাৰী । মছন্দৰী ছালৰ লগত জড়িত অসংখ্য সমস্যাৰ চিকিৎসাত সহায়ক হ’ব পাৰে।

ছালৰ ৰোগ নিৰাময়

মছন্দৰী হাওঁফাওঁৰ স্বাস্থ্যৰ বাবে উপকাৰী । হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে পৰম্পৰাগত চিকিৎসাত মছন্দৰী ব্যৱহাৰ কৰা হয়।

হাওঁফাওঁৰ স্বাস্থ্য

মেদবহুলতা ৰোধ কৰাত মছন্দৰী উপকাৰী । ওজন নিয়ন্ত্ৰণ বা হ্ৰাস কৰাৰ ক্ষেত্ৰত মছন্দৰীয়ে সহায় কৰে ।

মেদবহুলতা

পঢ়িবলৈ ক্লিক কৰক

ভাৰতৰ ১০০ টকা চৌদি আৰৱত কিমান ?