মংগলৰ ভাল প্ৰভাৱ পৰিব এইসমূহ ৰাশিৰ ওপৰত

14 Sept 2025

TV9 ASSAM

মংগল দেৱতা সকলো গ্ৰহৰ সেনাপতি বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মংগল গ্ৰহ শক্তি, সাহস আৰু পৰাক্ৰমৰ কাৰক বুলি কোৱা হয়। ই বিভিন্ন ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়।

মংগল

পঞ্জিকা অনুসৰি, মংগলে ১৩ ছেপ্টেম্বৰত তুলা ৰাশিত প্ৰৱেশ কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মংগলে ৪০-৪৫ দিনৰ মূৰে মূৰে ৰাশি পৰিবৰ্তন কৰে। গতিকে ইয়াৰ ভাল-বেয়া প্ৰভাৱ থাকে।

জ্যোতিষ শাস্ত্ৰ

গতিকে এইবাৰ মংগলৰ স্থান সলনি হোৱাৰ লগে লগে কিছুমান ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। বিশেষকৈ ৩ ৰাশিৰ লোক সাৱধান হৈ থকা ভাল।

ৰাশি

মংগলৰ এই পৰিবৰ্তন বৃষ ৰাশিৰ ষষ্ঠ নম্বৰত হ'ব। গতিকে কামৰ ক্ষেত্ৰত বাধা আহিব পাৰে। খৰচ বৃদ্ধি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। লগতে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

বৃষ ৰাশি

মংগলৰ এই পৰিবৰ্তন কৰ্কট ৰাশিৰ ২নং স্থানত হ'ব। মন অশান্ত হৈ থাকিব। উন্নতিত বাধা আহিব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। খৰচ অধিক হ'ব পাৰে।

কন্যা

এই পৰিবৰ্তন মীনৰ ৮নং স্থানত হ'ব। কামত বাধা আহিব পাৰে। ব্যৱসায়ত লোকচান হ'ব পাৰে। সংগীৰ সৈতে সমস্যা আহিব পাৰে। মানসিক অশান্তি হ'ব পাৰে। চাকৰিত সমস্যা হ'ব পাৰে।

মীন ৰাশি

ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ লগত টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।

গুৰুত্বপূৰ্ণ

পঢ়িবলৈ ক্লিক কৰক 

ধনৰ সমস্যা দূৰ কৰাৰ উপায়