মাঘ বিহুত জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!

13 JAN 2026

TV9 ASSAM

১৪ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা ৰাজ্যবাসীয়ে পালন কৰিব হেঁপাহৰ মাঘ বিহু।

মাঘ বিহু

মকৰ সংক্ৰান্তিত গঠন হ'বলগীয়া এটা বিৰল পঞ্চগ্ৰহী যোগে বহু ৰাশিৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিব পাৰে। জানক...

সংযোগ

যেতিয়া পাঁচটা গ্ৰহ একেলগে এটা ৰাশি বা ঘৰত থাকে, তেতিয়া সেই বিশেষ সংমিশ্ৰণক পঞ্চগ্ৰহী যোগ বুলি কোৱা হয়। এই সংমিশ্ৰণে এজন ব্যক্তিৰ জীৱনৰ বৃহৎ পৰিৱৰ্তন, হঠাৎ উন্নতি আৰু বিশেষ সুযোগৰ ইংগিত দিয়ে।

 পঞ্চগ্ৰহী যোগ

২০২৬ চনৰ ১৪ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিব আৰু মাত্ৰ কেইদিনমানৰ পিছত ১৯ জানুৱাৰীত মকৰ ৰাশিত মংগল, বুধ, শুক্ৰ, চন্দ্ৰই মকৰ ৰাশিত সূৰ্য্যৰ সৈতে একত্ৰিত হৈ পঞ্চগ্ৰহী যোগৰ সৃষ্টি কৰিব

কি হ'ব

প্ৰথমতে, এই যোগ মকৰ ৰাশিৰ বাবে আটাইতকৈ প্ৰভাৱশালী হ’ব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস, নেতৃত্বৰ ক্ষমতা, আৰু ব্যক্তিত্ব বৃদ্ধি পাব। কেৰিয়াৰত নতুন দায়িত্বৰ সৃষ্টি হ’ব, আৰু পদোন্নতি আৰু চাকৰিৰ সুযোগ পাব।

মেষ ৰাশি

দ্বিতীয়তে, তুলা ৰাশিৰ বাবে আপোনাৰ চতুৰ্থ ঘৰত পঞ্চগ্ৰহী যোগ গঠন হ’ব। যিয়ে সুখ, আৰাম, ঘৰ, বাহন, আৰু পাৰিবাৰিক জীৱনক প্ৰতিনিধিত্ব কৰে।শুক্ৰ আৰু বুধৰ আশীৰ্বাদে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব।

তুলা ৰাশি

তৃতীয়তে, বৃষ ৰাশিৰ বাবে সৌভাগ্যৰ ঘৰত এক পঞ্চগ্ৰহ যোগ গঢ় লৈ উঠিছে, যিটো অত্যন্ত শুভ। এই সময়ছোৱাত ভাগ্যই আপোনাক অনুকূল কৰিব। আৰ্থিক লাভৰ নতুন পথ মুকলি হ’ব।

বৃষ ৰাশি

চাবলৈ ক্লিক কৰক 

লিভাৰৰ সংক্ৰমণৰ প্ৰধান ৪টা লক্ষণ