গোপনে দেখা দিয়া হাওঁফাওঁৰ কৰ্কট ৰোগৰ ৩ টা লক্ষণ

December 8, 2025

TV9 ASSAM

বহুতে উশাহ লোৱাত কষ্ট, অবিৰত কাহ, কাহত তেজ যোৱা বা বুকুৰ বিষ হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণ বুলি ভাৱে।

 বুকুৰ বিষ

কিন্তু এই লক্ষণসমূহৰ বাহিৰেও ৰোগীয়ে বাৰে বাৰে আওকাণ কৰা তিনিটা লক্ষণ আছে। এই লক্ষণবোৰ অতি গুৰুতৰ।

তিনিটা লক্ষণ

যদি এই লক্ষণবোৰ আওকাণ কৰে বা চিনাক্ত কৰিব লোৱাৰে তেন্তে ৰোগৰ চিকিৎসা পলম হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

চিকিৎসা পলম

আপোনাৰ মাতৰ যদি পৰিৱৰ্তন হয়, তেন্তে ইয়াক আওকাণ কৰা উচিত নহয়। চৰ্দিৰ ফলত কণ্ঠৰ পৰিৱৰ্তন হয়। কিন্তু ই হাওঁফাওঁৰ কৰ্কট ৰোগৰ লক্ষণো।

কণ্ঠৰ পৰিৱৰ্তন

কৰ্কট কোষে শৰীৰত উৎপন্ন কৰা প্ৰটিনবোৰে মগজুত প্ৰভাৱ পেলায় আৰু ভোকৰ অনুভূতি নোহোৱা কৰে। সেইবাবেই ভোক কমে বা খাবলৈ মন নোযোৱা হয়। ই কেন্সাৰৰ লক্ষণ। 

ভোক কমি যোৱা

কৰ্কট ৰোগৰ এটা লক্ষণ হৈছে ওজন হ্ৰাস পোৱা। অস্বাভাৱিক ওজন হ্ৰাস পালে সাৱধান হওক। ই গুৰুতৰ লক্ষণ।

ওজন হ্ৰাস

কেন্সাৰ কোষৰ বৃদ্ধিৰ বাবে ভোক কমি যায়, পুষ্টি শোষণ ক্ষমতা কমি যায়। ফলত শৰীৰৰ ওজন কমি যায়।

ওজন কিয় কমে ?

পঢ়িবলৈ ক্লিক কৰক

লিভাৰ চিৰ’ছিছৰ লক্ষণবোৰ কি কি ?