প্ৰেমিকাক লাভ বাইট দিয়াৰ অভ্যাস আছে নেকি?

25 Sep 2025

TV9 ASSAM

আজিকালি প্ৰেমিক-প্ৰেমিকাই প্ৰেম প্ৰকাশ কৰিবলৈ লাভ বাইটৰ সহায় লয়।

লাভ বাইট

কিন্তু আপুনি জানেনে এই লাভ বাইটে কিমান ডাঙৰ বিপদত পেলাব পাৰে।

লাভ বাইট

ই আপোনাৰ মুখত স্থায়ী দাগ পেলাব পাৰে, গতিকে ইয়াৰ পৰা সাৱধান থকা উচিত।

মনত ৰাখক

তেজ জমা মগজুলৈ গৈ ভয়াৱহ ক্ষতি কৰিব পাৰে, আনকি পক্ষাঘাতৰো সৃষ্টি কৰিব পাৰে।

ইয়াৰ ফলত

ই আপোনাৰ স্নায়ুতন্ত্ৰতো প্ৰভাৱ পেলায়, ফলত মানসিক স্বাস্থ্যৰো অৱনতি ঘটে।

ইয়াৰ ফলত

লাভ বাইটৰ ফলত ছালৰ সংক্ৰমণ হ’ব পাৰে। গতিকে ইয়াৰ পৰা আঁতৰি থকা উচিত।

সাৱধান

গতিকে প্ৰেমৰ চিন হিচাপে আপুনি কেতিয়াও লাভ বাইট ৰখাৰ কথা নাবাবিব।

মনত ৰাখক

লগতে পঢ়ক

তিঁয়হেৰে ঘূৰাই আনক মুখৰ হেৰুওৱা উজ্জ্বলতা!