ভৰিত দেখা দিয়া এই ৫টা লক্ষণ নল'ব সহজভাৱে!

12  OCT 2025

TV9 ASSAM

মানুহে সাধাৰণতে ভৰিৰ স্বাস্থ্যত গুৰুত্ব নিদিয়ে। কিন্তু শৰীৰৰ বহু ৰোগৰ লক্ষণ মানুহৰ ভৰিত দেখা দিয়ে। গতিকে এইবোৰৰ প্ৰতি মানুহ সজাগ হৈ থকা ভাল।

ভৰি

যেতিয়া শৰীৰত বহু পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেতিয়া ভৰিত বহু সমস্যাই দেখা দিয়ে। ভৰিত দেখা দিয়া এনে  ৫টা লক্ষণ আছে যিয়ে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হোৱাৰ ইংগিত দিয়ে।

অভাৱ

যদি ভৰি বাৰে বাৰে অজ্ঞান হয় আৰু জিনজিননি হয় বা বিন্ধি থকাৰ দৰে অনুভৱ হয় তেন্তে ভিটামিন বি ১২ অভাৱৰ সংকেত হ'ব পাৰে। এই ভিটামিনে সিৰাবোৰ স্বাস্থ্যবান কৰি ৰাখে।

অজ্ঞানতা

ভিটামিন বি ১২ বা বি ৬ ৰ অভাৱৰ ফলত ভৰিত জলা-পোৰা হ'ব পাৰে। এয়া পেৰিফেৰল নিউৰোপেথি নামৰ সমস্যাৰ লক্ষণ। যি বেয়া খাদ্য আৰু বেছিকৈ সুৰা সেৱন কৰাৰ ফলত হয়।

জলা-পোৰা

যদি আপোনাৰ ভৰি ঠাণ্ডা পৰে বা হালধীয়া দেখা হয় তেন্তে আয়ৰণ বা  ভিটামিন বি ১২ ৰ অভাৱৰ লক্ষণ হ'ব পাৰে। হিম'গ্লোবিন কম হোৱাৰ ফলত শৰীৰে কম অক্সিজেন লাভ কৰাৰ ফলত এনে হয়।

ঠাণ্ডা, হালধীয়া

যদি ভৰিত আঘাত পালে ঘাঁ বেছিদিনলৈ থাকে বা ঠিক হোৱালৈ সময় লাগে, তেন্তে এয়া ভিটামিন চি হা জিংকৰ অভাৱৰ লক্ষণ হ'ব পাৰে। এনে অৱস্থাত ঘাঁ শুকাবলৈ বহু সময় লাগে।

ঘাঁ

ভৰি ফুলা প্ৰটিনৰ অভাৱৰ লক্ষণ হ'ব পাৰে। প্ৰটিনৰ অভাৱৰ ফলত পানী জমা হয়। এনে অৱস্থাত প্ৰটিনৰ অভাৱ হলে ভৰি ফুলে। গতিকে সুষম খাদ্য খোৱা প্ৰয়োজন।

ভৰি ফুলা

পঢ়িবলৈ ক্লিক কৰক

চাণক্য নীতি