এইবাৰ জন্মাষ্টমী বহু দিশত বিশেষ হ’বলৈ গৈ আছে।

11  SEP 2025

TV9 ASSAM

এই দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ হিচাপে পালন কৰা হয়।

জন্মাষ্টমী

২০২৫ চনৰ জন্মাষ্টমী বহু দিশত বিশেষ হ’বলৈ গৈ আছে।

বিশেষ

সেয়ে এইবাৰ জন্মাষ্টমী উপলক্ষে কৃষ্ণক পূজা কৰিলে যথেষ্ঠ উপকাৰ লাভ কৰিব।

পূজা

অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী।

কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা

জন্মাষ্টমীত তিথি আৰু যোগৰ গুৰুত্ব অতি বেছি।

যোগ

এই জন্মাষ্টমীত কৃষ্ণক পূজা কৰিলে আপোনাৰ ইচ্ছা পূৰণ হ’ব।

পূজা

জন্মাষ্টমী উপলক্ষে কৃষ্ণক পূজা কৰিলে যথেষ্ঠ উপকাৰ লাভ কৰিব।

পূজা

লগতে পঢ়ক

অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী?