দৌলত ৰঙে-ৰসে একাকাৰ হৈ পৰিব সত্ৰনগৰী বৰপেটা।
7 March 2025
TV9 ASSAM
অহা ১৩ ৰ পৰা ১৬ মাৰ্চলৈ বৰপেটা সত্ৰত উদযাপন হ’ব কৃষ্ণৰ দৌল মহোৎসৱ।
ফাকুৱা
পৰম্পৰাগত হোলীগীত আৰু ঘোষা কীৰ্তনেৰে মুখৰিত হৈ পৰিব চৌদিশ।
হোলী
ইতিমধ্যে বৰপেটাৰ হাটীসমূহত হোলী গীতৰ আখৰা চলিছে।
হোলী গীত
হোলী গীতৰ প্ৰথম সৃষ্টিকৰ্ত্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ বুলি জনা যায় ৷
সৃষ্টিকৰ্ত্তা
দেউল বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ, ইয়াৰ আছে বহু পৰম্পৰা।
পৰম্পৰা
হোলীত আটাইতকৈ জনপ্ৰিয় খাদ্য হৈছে ৰাঙা ডিমা আৰু আলু ভাজা।
বৰপেটাৰ হোলী
বৰপেটাৰ আৱেগ আলু ভাজা, ৰাঙা ডিমা। ই ৰঙাকৈ ভজা কণী আৰু আলু ভাজি।
ৰাঙা ডিমা
চাবলৈ ক্লিক কৰক
নাৰী দিৱসত ভাষণ
Learn more