ৰাতিপুৱা সোনকালে উঠাটো ভাল অভ্যাস।

6  Dec 2024

TV9 ASSAM

ৰাতিপুৱা প্ৰকৃতিৰ নিৰ্মল বায়ু সেৱনে আমাৰ দেহ-মন সুস্থ আৰু সতেজ কৰি ৰাখে ।

সোনকালে উঠা

নিয়মিত ব্যায়াম, যোগাসন আদি কৰিবলৈ সময় পোৱা যায় ।

ব্যায়াম

দিনটোৰ বাবে অধিক সুস্থিৰভাৱে পৰিকল্পনা কৰিব পৰা যায়।

শক্তি

আমাৰ মানসিক উৎসাহ বৃদ্ধি হয়।

কাম কৰাৰ উৎসাহ

ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ লগতে স্মৃতিশক্তি বৃদ্ধি হয় ।

বৌদ্ধিক বিকাশ

আমাৰ এলাহ আৰু খং ভাৱবোৰ দূৰ হয়।

এলাহ আৰু খং

ওজন বৃদ্ধি, ডায়েবেটিছ, ৰক্তচাপ আদি বেমাৰৰ পৰা হাত সাৰিব পৰা যায়।

স্বাস্থ্য

চাবলৈ ক্লিক কৰক 

ৰঙীন বিন্দুৰ অৰ্থ