পাইলছ বা কেঁচুমূৰীয়া এক সাধাৰণ সমস্যা।
17 AUG 2025
TV9 ASSAM
বিষ আৰু শৌচ হোৱাৰ পাছত তেজ পৰাটোৱে প্ৰধান লক্ষণ।
লক্ষণ
দ্বিতীয় পৰ্যায়ৰ শৌচ কৰাৰ সময়ত গুহ্যদ্বাৰৰ বাহিৰলৈ ওলাই আহে।
লক্ষণ
এই সমস্যা হ'লে প্রচুৰ পৰিমাণে পানী খাব লাগে।
প্ৰতিৰোধ
পুৱা খালী পেটত কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰিলে সুফল পোৱা যায়৷
লক্ষণ
পালেং, বাদাম, কোমোৰা, ৰঙালাও, পানীলাও, পটল খাব লাগে।
কি খাব
ধূমপান আৰু সুৰাপানৰ অভ্যাস ত্যাগ কৰক।
কি নাখাব
বেছি ভজা খাদ্য, অত্যধিক তেলেতীয়া মচলাযুক্ত খাদ্য, ময়দা
যুক্ত খাদ্য নাখাব।
কি নাখাব
সপোনত কুকুৰ দেখাটো শুভ নে অশুভ?
লগতে পঢ়ক
Learn more