মৰম, ভালপোৱাৰ গভীৰতা দেখুৱাবলৈ Kiss Day পালন কৰে।

12  FEB 2025

TV9 ASSAM

চুমা শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্যৰ বাবে উপকাৰী।

উপকাৰ

ভেলেণ্টাইন সপ্তাহৰ সপ্তম দিনা অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত এই দিৱস উদযাপন হয়।

পালন

এই দিনটোত প্ৰেমিক যুগলে ইজনে সিজনক চুম্বন কৰি নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ 

Kiss Day

শব্দতকৈও চুম্বনে সংগীৰ প্ৰতি মনৰ ভাৱ আৱেগেৰে প্ৰকাশত সহায় কৰে।

বিয়া

সংগীক চুমা খালে শৰীৰত অক্সিট’চিন, ড’পামিন আৰু চেৰ’টনিন হৰম’ন নিৰ্গত হয়।

উপকাৰ

চুম্বন কৰিলে বেক্টেৰিয়া আৰু ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি পায়।

উপকাৰ

চুম্বন কৰিলে হেপী হৰম’ন নিৰ্গত হয় আৰু স্বাস্থ্যত ইতিবাচক প্ৰভাৱ পৰে।

উপকাৰ

চাবলৈ ক্লিক কৰক 

Indigoৰ অফাৰ!