সমাগত ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী।

14 AUG 2025

TV9 ASSAM

সুখ, শান্তি আৰু সমৃদ্ধি প্ৰতিষ্ঠাৰ বাবে নাম-প্ৰসংগ, পূজা অৰ্চনা কৰে। 

জন্মাষ্টমী

এই দিনটোত জ্যেষ্ঠজনক কোনো ক্ষেত্রতে অপমান নকৰিব।

নকৰিব

এই দিনটোত গৰুক ৰুটি খুৱালে আপোনাৰ বাবে শুভ।

শুভ

এই দিনটোত কোনো জীৱ-জন্তু তথা পশু-পক্ষীৰ অনিষ্ট হোৱা কাম নকৰিব। 

নকৰিব

মাখন আৰু মিশ্ৰিৰ ভোগ ভগৱানক প্ৰদান কৰক, আশীৰ্বাদ পাব আপুনি।

কৰক

ঘৰৰ বিপদ দূৰ কৰিবলৈ 'ওম নমোঃ ভাগৱতে বাসুদেৱায়' জপ কৰক।

কৰক

এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমীয়াই নিশ্চিত নকৰে।

অস্বীকাৰ

জামিন পালে জ্যোতিষী পৰশমণি শৰ্মাই

লগতে পঢ়ক