জিভাই ক’ব আপোনাৰ ৰোগৰ কথা!
3 SEP 2025
TV9 ASSAM
জিভাৰে আমি সোৱাদ লও, কিন্তু হঠাৎ জিভাৰে সোৱাদ নোপোৱা হৈছে নেকি?
যত্ন
শৰীৰত কিবা অস্বাভাৱিক ঘটনা ঘটিলে তাৰ কিছু লক্ষণ জিভাত দেখা দিয়ে।
লক্ষণ
দাঁত ব্ৰাছ কৰাৰ সময়ত নিয়মিতভাৱে জিভা পৰিষ্কাৰ কৰা উচিত।
যত্ন
আপুনি জ্বৰত আক্ৰান্ত হ'লে, জিভাই সোৱাদ নাপাব পাৰে ৷
সোৱাদ
কেতিয়াবা অত্যাধিক গৰম খাদ্য খোৱাৰ বাবেও সোৱাদ নোপোৱা যেন লাগে।
কাৰণ
কেতিয়াবা বগা তৰপ ভেঁকুৰৰ সংক্ৰমণৰ বাবেও হ’ব পাৰে।
কাৰণ
যদিহে আপুনি বহুদিন ধৰি এই সমস্যাত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
মনত ৰাখক
লগতে পঢ়ক
শিক্ষক দিৱস উপলক্ষে প্ৰিয় শিক্ষকজনক দিয়া উপহাৰ
Learn more