মহিলাৰ বগা স্ৰাৱ হোৱাটো কোনো ৰোগ নেকি?

7 SEP 2025

TV9 ASSAM

এই সমস্যা মহিলাৰ ক্ষেত্ৰত সাধাৰণ যদিও ই গুৰুতৰ।

সমস্যা

বগা স্ৰাৱৰ লগত প্ৰচণ্ড গোন্ধ, খজুৱতি হয়, তেন্তে ই ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ।

বগা স্ৰাৱ

ই কেন্সাৰ বা জৰায়ুৰ মুখৰ সমস্যাৰ লক্ষণো হ’ব পাৰে।

কাৰণ

হৰম’নৰ ভাৰসাম্যহীনতা এই সমস্যাৰ কাৰণ হ'ব পাৰে।

সমস্যা

হাই চুগাৰ লেবেল বা ডায়েবেটিছো এই সমস্যাৰ কাৰণ হ'ব পাৰে।

কাৰণ

এন্টিবায়টিক সঘনাই ব্যৱহাৰ কৰাও এই সমস্যাৰ কাৰণ হ'ব পাৰে।

কাৰণ

লেতেৰা বা কৃত্ৰিম আণ্ডাৰগাৰ্মেণ্ট ব্যৱহাৰ কৰাও এই সমস্যাৰ কাৰণ হ'ব পাৰে।

কাৰণ

লগতে পঢ়ক

শনিবাৰে সৰিয়হৰ তেল কিনে নেকি?