নিজৰ চুলিখিনি ধুনীয়া আৰু ডাঠ হ’লে সকলোৱে ভাল পায়।
10 SEP 2025
TV9 ASSAM
প্ৰদূষণ, অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলীৰ বাবে চুলিৰ লগত জড়িত সমস্যা দেখা দিয়ে।
সমস্যা
বতৰৰ পৰিৱৰ্তনৰ ফলত গৰমত বেছিভাগৰে চুলি সৰে।
সমাধান
ফটা চুলি ঠিক কৰিব নোৱাৰি। সেইবোৰ কাটি পেলোৱা উচিত।
সমাধান
প্ৰতিদিনে চুলি ধোৱাৰ পৰিৱৰ্তে সপ্তাহত দুবাৰৰ পৰা তিনিবাৰহে চুলি ধুব।
সমাধান
টাৱেলেৰে শুকুৱাই থাকোঁতে চুলিখিনি মচিলে চুলিৰ ক্ষতি হ’ব পাৰে।
যতন
হেয়াৰ ড্ৰাইয়াৰ আৰু ষ্ট্ৰেইটনাৰৰ দৰে হিটিং ষ্টাইলিং সঁজুলি ব্যৱহাৰ নকৰিব।
মনত ৰাখক
ছয়ৰ পৰা আঠ সপ্তাহৰ মূৰে মূৰে নিয়মিতভাৱে চুলি ট্ৰিম কৰিব লাগে।
সমাধান
লগতে পঢ়ক
নগাঁৱত ১৬ হাজাৰ ৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে একেলগে গালে সুধাকণ্ঠৰ কালজয়ী গীত
Learn more