23 Jan 2026
TV9 ASSAM
ব্যক্তিগত অংশত খজুৱতি আৰু ফোহা ওলোৱাৰ সমস্যাই অশান্তি দিয়ে।
হুতে গুপ্তাংগৰ সমস্যাৰ বিষয়ে মুকলিকৈ নকয় আৰু কাকো এই সমস্যাৰ বিষয়ে জানিবলৈ নিদিয়ে।
কেতিয়াবা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত বেয়া দুৰ্গন্ধি ওলাব পাৰে গুপ্তাংগত।
এনে সমস্যাক লৈ একেবাৰেই দ্বিধাবোধ কৰাৰ প্ৰয়োজন নাই। ভেঁকুৰৰ সংক্ৰমণেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ, সাধাৰণতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত এনে হয়।
ইয়াৰ উপৰিও দুৰ্গন্ধ আৰু তীব্ৰ খজুৱতি হ’ব পাৰে। আনকি কিছুমান লোকে বিষো অনুভৱ কৰিবলৈ আৰম্ভ কৰে।
দি গুপ্তাংগৰ খজুৱতি হয় , তেন্তে বিশুদ্ধ নাৰিকল তেল লগাব লাগে।
যদি বেছি গোন্ধাই তেতিয়া প্ৰস্ৰাৱ কৰি ঠাণ্ডা পানীৰে ধুৱ আৰু কপাহী কাপোৰেৰে মচিব।
পঢ়িবলৈ ক্লিক কৰক