১৭ মে',২০২৪
শেষৰ পিনে গতি কৰিছে আইপিএল। প্লে অফৰ পূৰ্বে লীগ ষ্টেজৰ মাত্ৰ কেইখনমানহে খেল বাকী আছে। যত আজি MI-LSG য়ে খেলিব।
বানখেড়ে ষ্টেডিয়ামত হবলগীয়া এই খেলখন দুয়োটা টীমৰে ছিজনৰ শেষৰখন মেচ। কিয়নো দুয়োটা দল প্লে অফৰ পৰা বাহিৰত আছে।
এই খেলখনক লৈ মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীসকলৰ মনত মাত্ৰ এটাই প্ৰশ্ন। এইখনেই শেষ মেচ নেকি ৰোহিতৰ?
শেষৰখন খেল নেকি ৰোহিতৰ?
১০ বছৰ এমআইৰ অধিনায়ক আছিল ৰোহিত শৰ্মা। কিন্তু এইবাৰ ইয়াৰ দায়িত্ব লাভ কৰে হাৰ্দিক পাণ্ডিয়াই। যাৰ বাবে বহু বিতৰ্কৰ সৃষ্টি হয়।
অধিনায়কত্বক লৈ বিবাদ
MI য়ে আজি এইটো ছিজনৰ শেষৰখন খেল খেলিব। এই খেলখন ৰোহিত শৰ্মাৰ এমআইৰ হৈ শেষৰ খন খেল বুলি ধৰা হৈছে। ১৪ বছৰ এম আইৰ হৈ খেলিছে ৰোহিত শৰ্মাই।
MI ৰ সৈতে ৰোহিতৰ ১৪ বছৰ
ৰোহিত শৰ্মাই এমআই এৰাৰ মূল কাৰণ আইপিএলৰ মেগা নিলামী। যাৰ বাবে কেইবাটাও দলত সাল-সলনি হ'ব পাৰে। আইপিএলৰ এই ছিজন শেষ হোৱাৰ পাছতেই হ'ব নিলামী।
মেগা নিলামী
নতুন ছিজনত বহু ফ্ৰেনচাইজীয়ে নতুন অধিনায়ক বিচাৰি আছে বুলি একাংশই দাবী কৰে। তেনেস্থলত ৰোহিতে অন্য দলৰ অধিনায়ক হ'ব পাৰে।
অন্য দলৰ হ'ব নেকি অধিনায়ক?
বিপদত আই পি এল অনুৰাগী!