আপোনাৰো শৰীৰৰ যিকোনো অংশত ভগৱানৰ টেটু আছে নেকি?

28  May 2025

TV9 ASSAM

শৰীৰৰ যিকোনো অংশত ভগৱানৰ টেটু থকাটো উচিত নে অনুচিত?

টেটু

শৰীৰৰ যিকোনো অংশত ভগৱানৰ টেটু থকাকলৈ মন্তব্য কৰে প্ৰেমানন্দ মহাৰাজে

প্ৰেমানন্দ মহাৰাজ

প্ৰেমানন্দ মহাৰাজে কয়, ভগৱানক ভাল পায় ঠিক আছে কিন্তু টেটু বনাব নালাগে।

প্ৰেমানন্দ মহাৰাজ

আপুনি শৌচ-প্ৰস্ৰাৱ কৰিলে সেই টেটু গাত থাকে এয়া অপমান।

প্ৰেমানন্দ মহাৰাজ

আমি গোটেই দিনটো বহু অপবিত্ৰ কামো কৰো, তেনে ক্ষেত্ৰত টেটু অপবিত্ৰ হ'ব।

প্ৰেমানন্দ মহাৰাজ

ঈশ্বৰলৈ ভক্তি-শ্ৰদ্ধা আমাৰ মনত থকা উচিত শৰীৰত টেটুৰ ৰূপত নহয়।

প্ৰেমানন্দ মহাৰাজ

এনে ক্ষেত্ৰত ভগৱানৰ টেটু শৰীৰত আঁকি দেৱ-দেৱীক অনাদৰ নকৰিব।

প্ৰেমানন্দ মহাৰাজ

চাবলৈ ক্লিক কৰক 

চুলি কেতিয়া ধুব?