গ্ৰীষ্মকালত খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক।
18 AUG 2025
TV9 ASSAM
এই বতৰত মানুহে গৰম কফিৰ পৰিৱৰ্তে ঠাণ্ডা কফি খোৱাটো বেছি পছন্দ কৰে।
গৰম দিনত
কিছুমানৰ গৰমৰ দিনত প্ৰতিদিনে Cold Coffee খোৱাৰ অভ্যাস আছে।
অভ্যাস
ইয়াক অতিমাত্ৰা সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
বেছি নাখাব
বেছি সেৱন কৰিলে পাচন আৰু স্নায়ুতন্ত্ৰৰ সৈতে জড়িত সমস্যাৰ হ’ব পাৰে।
কফিত কেফেইন থাকে
ভোক নালাগে, অৱশ্যে ইয়াত চেনি বা চিৰাপ ব্যৱহাৰ নকৰিব।
জানক
কফি সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়।
উপকাৰ
বেছিকৈ কফি খালে শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে।
সাৱধান
অভিনেতাক চুম্বন কৰি বিপাশা বসুৰ বমি!
লগতে পঢ়ক
Learn more