বৰ্তমান সমগ্ৰ বিশ্বতে labubu doll -ৰ চৰ্চা চলি আছে।

19  july 2025

TV9 ASSAM

ই হৈছে Ugly toy, যাৰ বাবে সকলোৱে প্ৰেমত পৰিছে।

চৰ্চা

ট্ৰেণ্ডিঙত থকা এই পুতলাটো ঘৰত ৰখাটো শুভ নে অশুভ?

ট্ৰেণ্ড

একাংশই সামাজিক মাধ্যম এই পুতলাটো জ্বলাই পুতলাটোক অশুভ বুলি কৈছে।

লাবুবু

 কিন্তু এই পুতলাটো ঘৰত ৰখাটো শুভ নে অশুভ ক'ব নোৱাৰি।

পুতলা

একাংশৰ মতে এই পুতলাটো অনাৰ পিছত বহুতৰে চাকৰি গৈছে।

সমস্যা

একাংশৰ মতে, এই পুতলাটো অনাৰ পিছত তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হৈছে।

পুতলা

লবুবুক পজুজুৰ প্ৰতিৰূপৰ পৰা প্ৰেৰণা লৈ বনাইছে বুলি কৈছে।

চৰ্চা

চাওক এই লিংকত

শিৱলিংগত আগবঢ়োৱা পানী ব্যৱহাৰৰ আচৰিত উপকাৰিতা