সঘনাই প্ৰস্ৰাৱৰ অনুভৱ হৈ থাকে নেকি?

8  OCT 2025

TV9 ASSAM

বাৰে বাৰে প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ প্ৰৱণতা কেইবাটাও ৰোগৰ জড়িত হ’ব পাৰে।

সমস্যা

প্ৰষ্টেট কৰ্কট হৈছে পুৰুষৰ অন্যতম কৰ্কট ৰোগ।

সমস্ষা

পুৰুষৰ প্ৰজনন তন্ত্ৰৰ সৰু গ্ৰন্থি প্ৰ’ষ্টেট শুক্ৰাণু সমৃদ্ধ কৰা তৰল পদাৰ্থ উৎপন্ন কৰে।

সমস্যা

প্ৰ’ষ্টেট বৃদ্ধি হ’লে সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ বা স্খলনৰ সময়ত বিষ বা জ্বলা-পোৰা হয়।

লক্ষণ

কেৱল এয়াই নহয়, যদি ইউটিআই হয় তেন্তে প্ৰস্ৰাৱ নলীত সদায় সামান্য জ্বলা-পোৰা আৰু বিষ হয়।

কাৰণ

ইয়াৰে কিছুমান সাধাৰণ, কিন্তু কিছুমানে ভয়ংকৰ ৰূপ ল’ব পাৰে।

নিয়ম

সেয়ে যিকোনো ৰোগ হলেই ডাক্তৰৰ ওচৰলৈ শীঘ্ৰে যোৱা উচিচ।

মনত ৰাখক

লগতে পঢ়ক

বিপদত শিল্পা শেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰা,