আমাৰ শৰীৰৰ বাবে কলডিল যথেষ্ট উপকাৰী।
24 OCT 2025
TV9 ASSAM
আয়ুৰ্বেদৰ মতে, বহুতো মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছে ।
উপকাৰ
কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।
উপকাৰ
কলডিলত এন্টি হাইপাৰটেনচিভ এজেণ্টৰ দৰে কাম কৰে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
উপকাৰ
কলডিলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে সেয়ে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে উপকাৰী।
কলডিল
কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
উপকাৰী
কলডিলে আলঝেইমাৰ, পাৰ্কিনছন, কৰ্কট ৰোগ আদিক দূৰত কৰাত সহায় কৰে ।
উপকাৰ
আমি ইয়াক কেঁচা বা ৰন্ধা দুয়োটা প্ৰকাৰে খাব পাৰোঁ।
উপকাৰ
লগতে পঢ়ক
গুপ্তাংগৰ কাষবোৰ ডাঠ হোৱাৰ লগতে ক’লা পৰিছে নেকি?
Learn more