বাৰিষা বহু লোকে বৰষুণত গা ধুই আনন্দ পায়।
12 july 2025
TV9 ASSAM
Photos Credit Getty Images
বৰষুণৰ আহিলে মনটো ভাল লাগে, কিন্তু এই বৰষুণ গা ধোৱাটো ভাল নে বেয়া জানক।
গা ধোৱা
বিশেষজ্ঞসকলৰ মতে, বৰষুণৰ পানী চকুত সোমালে জ্বলন, ৰঙা পৰা সমস্যা হ'ব পাৰে।
ইনফেকচন
বৰষুণৰ পানী পৰিস্কাৰ নহয়। তাত থকা বেক্টেৰিয়াই এলাৰ্জী খজুৱতি কৰিব পাৰে।
ছালৰ সমস্যা
বৰষুণৰ পানীত থকা বেক্টেৰিয়াৰ ফলত আমাৰ চুলি সৰাৰ দৰে সমস্যা হ'ব পাৰে।
সমস্যা
মাইগ্ৰেনৰ সমস্যা, যথেষ্ঠ মূৰৰ বিষ আৰু জ্বৰ হ'ব পাৰে।
সমস্যা
বিশেষকৈ শিশুসকল আৰু বয়সস্থ লোকসকল বৰষুণত তিতাৰ পৰা সাৱধান।
সাৱধান
সেয়ে বৰষুণত তিতাৰ পিছত আমি সদায় পৰিস্কাৰ পানীৰে ভালকে গা ধোৱা উচিত।
গুৰুত্বপূৰ্ণ
চাবলৈ ক্লিক কৰক
ফোনটো বৰষুণত তিতিলে কি কৰিব
Learn more