মহিলাসকলে ঋতুস্ৰাৱ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। 

11 Oct 2025

TV9 ASSAM

বহু মহিলাৰ আকৌ অনিয়মিত মাহেকীয়াৰ লগতে পেটৰ বিষো হয়। 

জানক

এই সমস্যা দূৰ কৰিবলৈ আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰো।

উপায়

অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ কৰিবলৈ খাদ্যত কেঁচা অমিতাক অন্তৰ্ভুক্ত কৰক ।

উপায়

অমিতাত আইৰণ, কেলচিয়াম, ভিটামিন A আৰু ভিটামিন C ৰ প্ৰধান উৎস পোৱা যায়।

অমিতাত

পুৱা সাৰ পাইয়ে মৌৰ সৈতে আদা খালে হৰম'নৰ ভাৰসাম্য ৰক্ষা পৰে। 

উপায়

চাহ তথা অন্যান্য পানীয়ত আদাৰ ৰস মিহলাই খালেও উপকাৰ পাব।

উপায়

প্ৰতি দিনে পুৱা গাখীৰৰ সৈতে কেঁচা হালধী মিহলাই খালে মাহেকীয়া নিয়মিত হয়।

উপায়

লগতে পঢ়ক

স্বামীৰ কোনটো বস্তু পত্নীৰ প্ৰিয়? জানি হ’ব আচৰিত!