গুৱাহাটী অনুষ্ঠিত হ’বলগা ৰাজস্থান আৰু পঞ্জাৱৰ IPL মেচৰ টিকট মুকলি

18 April 2024

১৫ আৰু ১৯ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব IPL

কেতিয়া অনুষ্ঠিত

১৫ মে’ত পঞ্জাৱ কিংছৰ বিৰুদ্ধে বৰ্ষাপাৰাত ২২ গজৰ যুঁজত নামিব ৰাজস্থান ৰয়েলছ।

ৰাজস্থান ৰয়েলচ

১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে IPL ২০২৪ৰ অন্তিমখন গ্ৰুপ মেচ খেলিব ৰাজস্থান ৰয়েলছে।

কলকাতা নাইট ৰাইডাৰচ

চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷

শীৰ্ষ

অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব৷

বুক মাইশ্ব'

অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব৷

অনলাইন টিকট

ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেঁপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷

ছাত্ৰ-ছাত্ৰী

গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে আজি আবেলিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে

টিকট

চাবলৈ ক্লিক কৰক

ছিকিম ভ্ৰমণত এই স্থান নোচোৱাকৈ নাহিব