প্ৰতি বছৰে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে।

20 June 2025

TV9 ASSAM

প্ৰাচীন কালৰে পৰা ভাৰতবৰ্ষত যোগে এক সুকীয়া স্থান লাভ কৰি আহিছে।

যোগ

প্ৰতি বছৰে যোগ দিৱস এটা বিষয়বস্তু লৈ উদযাপন কৰা হয়।

বিষয়বস্তু

যোগাসন কৰাৰ সময়ত, সঠিক কৌশল বজাই ৰাখিবলৈ চেষ্টা কৰক।

যোগাসন

আপুনি পিঠিত ভৰ দি শুই যাব আৰু তাৰ পিছত কঁকাল ওপৰলৈ দাঙিব।

সেতু বন্ধাসন

যোগ অভ্যাসৰ সময়ত আপুনি শবাসনো কৰিব পাৰে।

যোগাসন

 চাপৰ পৰা সকাহ পাবলৈ দৈনিক মাৰ্জাৰাসন কৰিব পাৰি।

সকাহ পাব

বালাসনৰ দ্বাৰা মানসিক চাপৰ পৰা উপশম পাব পাৰি।

আসন

চাবলৈ ক্লিক কৰক 

সপোনত বিমান দেখাটো শুভ নে অশুভ?