24 July 2025
TV9 ASSAM
Photos Credit: Getty Images
বিশ্বজুৰি ভাৰতীয় সুৰাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। ষ্টেটিষ্টাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে, সুৰা ৰপ্তানি কৰি ২০২৪ ত ভাৰতে ৩৭৫ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।
প্ৰতিবেদনত কোৱা হৈছে যে, ভাৰতীয় সুৰা সৰ্বাধিক ক্ৰেতা হৈছে সংযুক্ত আৰব আমিৰশ্বাহী(UAE)। ভাৰতৰ পৰা মদ ক্ৰয় কৰাৰ ক্ষেত্ৰত প্ৰথম স্থানত এই দেশখন।
যদিও UAE প্ৰথম স্থানত আছে, তথাপিও বিশ্ব বহু ৰাষ্ট্ৰই বৃহৎ পৰিমাণে ভাৰতৰ পৰা সুৰা ক্ৰয় কৰে। ভাৰতীয় সুৰাৰ জনপ্ৰিয়তাও অধিক।
UAE পাছত ভাৰতৰ সুৰা ক্ৰয় কৰাৰ দেশসমূহৰ ভিতৰত আছে-ছিংগাপুৰ আৰু নেদাৰলেণ্ড। লগতে আফ্ৰিকাৰ দেশসমূহেও ভাৰতৰ পৰা সুৰা আমদানি কৰে।
প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে, বিশ্বৰ বহু দেশলৈ ভাৰতে সৰ্বাধিক হুইস্কি, ৰাম আৰু জিন ৰপ্তানি কৰে।
তাঞ্জানিয়া,এংগোলো, কেনিয়া, ৰুৱাণ্ডাকে ধৰি আফ্ৰিকাৰ বহু দেশে ভাৰতৰ পৰা সুৰা আমদানি কৰে।
পঢ়িবলৈ ক্লিক কৰক