TV9 ASSAM
বৰ্তমান ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইজনে সিজনৰ ওপৰত আক্ৰমণ চলাইছে দুয়োপক্ষই।
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল এই আক্ৰমণ। ইয়াৰ পিছত ভাৰতে ৬-৭ মে’ৰ নিশা অপাৰেশ্যন সেন্দুৰ সম্পন্ন কৰে। এই অভিযানত ভাৰতে পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰে।
ইয়াৰ মাজতে বৰাকৰ পৰা ব্ৰহ্ম'ছলৈ ভাৰতৰ ৫ টা শক্তিশালী অস্ত্ৰৰ বিশেষত্ব জানো আহক।
ব্ৰহ্ম'ছ মিছাইল হৈছে এটা ছুপাৰছনিক ক্ৰুজ মিছাইল। যাৰ গতি ২.৮ৰ পৰা ৩.০ মেক। ইয়াৰ পৰিসৰ ২৯০ কিলোমিটাৰৰ পৰা ৮০০ কিলোমিটাৰ।
আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা হৈছে পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ। ইয়াৰ পৰিসৰ ২৫ৰ পৰা ৩০ কিলোমিটাৰ। ইয়াৰ গতি ২.৫ মেক।
ই ফ্ৰান্সৰ এম বি ডি এৰ দ্বাৰা নিৰ্মিত দীৰ্ঘ দূৰত্বৰ বিমান উৎক্ষেপণ কৰা ক্ৰুজ মিছাইল। ইয়াৰ পৰিসৰ ২৫০-৫৬০ কিলোমিটাৰ। ইয়াক ৰাফেল যুদ্ধ বিমানৰ পৰা উৎক্ষেপণ কৰা হয়।
এইটো এটা অত্যাধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা। ই মধ্যম দূৰত্বত অহা আকাশী ভাবুকি ধ্বংস কৰিব পাৰে। ইয়াৰ পৰিসৰ ৭০-১০০ কিলোমিটাৰ।
ৰাফেল হৈছে এখন যুদ্ধ বিমান। ইয়াত বায়ু, সাগৰ আৰু স্থলভাগৰ লক্ষ্য একেলগে ধ্বংস কৰাৰ ক্ষমতা আছে।
চাবলৈ ক্লিক কৰক