TV9 ASSAM
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত পাঁচখন খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন মেচত আয়োজক অষ্ট্ৰেলিয়াই জয়লাভ কৰিছে ।
পাৰ্থ টেষ্টৰ পৰাজয়ৰ পাছত দ্বিতীয় টেষ্টত এডিলেইডত ভাৰতক পৰাস্ত কৰি বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত সমতা স্থাপন কৰিছে অষ্ট্ৰেলিয়াই ।
পাৰ্থত অষ্ট্ৰেলিয়াই ২৯৫ ৰানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিপৰীতে এডিলেইডত ১০ উইকেটত জয়লাভ কৰে।
ভাৰতৰ পৰাজয়ৰ লগে লগে এডিলেইডত দেখা গ’ল এক আচৰিত দৃশ্য। ভাৰতৰ পৰাজয়ৰ কিছু সময়ৰ পাছতেই খেলপথাৰত ভিৰ কৰিছিল হাজাৰ হাজাৰ অনুৰাগীয়ে ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্ট ৬ ডিচেম্বৰৰ পৰা এডিলেইড খেলপথাৰত আৰম্ভ হৈছিল। প্ৰত্যেক দিনে ভিৰ কৰিছিল ক্ৰিকেট অনুৰাগীয়ে ।
এডিলেইড টেষ্টৰ তৃতীয় দিনটোৰ প্ৰথমটো ইনিংছতে কেংগাৰু দলটোৱে ভাল প্ৰদৰ্শন কৰি খেলখন শেষ কৰে ।
Fill in some text
খেলখন শেষ হোৱাৰ কিছু সময়ৰ পাছতে খেলপথাৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ দেখা গ’ল । ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াৰ লগতে ভাৰতীয় অনুৰাগীও আছিল।
পঢ়িবলৈ ক্লিক কৰক