১৭ বছৰৰ অন্তত RCB ৰ অনুৰাগীসকলৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত।

4  June 2025

TV9 ASSAM

পঞ্জাৱ কিংছক পৰাস্ত কৰি আই পি এলৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে।

RCB ৰ জয়

IPL ৰ আৰম্ভণি ২০০৮ চনত BCCI এ কৰিছিল।

আৰম্ভণি

IPL ৰ এই প্ৰথম মেচখন ২০০৮ চনত কৰ্ণাটকৰ বেংগালুৰুত খেলিছিল।

প্ৰথম খেল

আইপিএলৰ প্ৰথম খেলখন KKR আৰু RCB ৰ মাজত হৈছিল।

কাৰ কাৰ মাজত

IPL ৰ প্ৰথম খেলখন চিন্নাস্বামী ষ্টেডিয়ামত হৈছিল। এই ষ্টেডিয়ামৰ নামত ৱৰ্ল্ড ৰেকৰ্ড আছে।

চিন্নাস্বামী ষ্টেডিয়াম

ই পৃথিৱীৰ একমাত্ৰ চোলৰ পাৱৰ ক্ৰিকেট ষ্টেডিয়াম। ইয়াত ৪০ হাজাৰ আসন আছে।

চিন্নাস্বামী ষ্টেডিয়াম

মঙলবাৰে অনুষ্ঠিত আই পি এল ২০২৫ৰ ফাইনেলৰ পিছত চৰ্চালৈ আহিছে।

পুনৰ চৰ্চা

চাবলৈ ক্লিক কৰক 

সোণৰ মূল্য