24 DEC 2025
Credits: Getty Images
TV9 ASSAM
বৰ্তমানৰ অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি হৈছে। উচ্চ বা নিম্ন ৰক্তচাপ ইয়াৰে অন্যতম।
কোনো ব্যক্তিৰ ৰক্তচাপ হঠাতে বাঢ়িলে তৎক্ষণাত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
প্ৰথমে মুকলি বতাহত বহিবলৈ দিয়ক আৰু গভীৰভাৱে উশাহ ল’বলৈ কওক।
ইয়াৰ পিছত স্বাভাৱিক উষ্ণতাৰ পানী খাবলৈ কওক। এনে কৰিলে তাৎক্ষণিক সকাহ পাব পাৰে।
ঘৰত হঠাতে ৰক্তচাপ বাঢ়িলে নেমু পানী খাবলৈ দিব লাগে।
অৱশ্যে এই পানীত নিমখ বা চেনি নিদিয়াকৈ খাবলৈ দিব। এই ক্ষেত্ৰত সাৱধান হওক।
তেওঁলোকক ১-২ গিলাচ পানী দিয়াটো ভাল।
চাবলৈ ক্লিক কৰক