18 Jan 2026
TV9 ASSAM
কাৰোবাৰ মতে মৰম কাৰোবাৰ মতে বিশাস আন কাৰোবাৰ মতে আৰু বেলেগ বেলেগ। কিন্তু যুগ্ম জীৱনত স্বামী-স্ত্ৰীৰ শাৰীৰিক সম্পৰ্ক ভাল হোৱা উচিত।
বয়স বাঢ়ি অহাৰ লগে লগে বা পিতৃ-মাতৃ হোৱাৰ পিছত বেছিভাগ পত্নীৰ যৌন আসক্তি কমি যায়। কিন্তু এইক্ষেত্ৰত ডাৰ্ক চকলেট ফলপ্ৰসূ।
আপুনি জানেনে ডাৰ্ক চকলেটত ৰাসায়নিক পদাৰ্থ থাকে যিয়ে আপোনাৰ প্ৰেম জীৱন বৃদ্ধি কৰে, যাৰ বাবে মহিলাসকলে ইয়াক বিশেষভাৱে যৌন সম্পৰ্কৰ সময়ত ভাল পায়।
ইয়াত ফ্লেভন’ইড নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে ৰক্ত সঞ্চালন উন্নত কৰে আৰু ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।
ই মগজুত চেৰ'টনিন আৰু এণ্ড'ৰ্ফিনৰ দৰে "ফিল-গুড" হৰম'ন নিৰ্গত কৰে, যিয়ে মেজাজ উন্নত কৰি যৌন ইচ্ছা বৃদ্ধি কৰিব পাৰে।
পুৰুষ আৰু মহিলাৰ প্ৰধান প্ৰজনন হৰম’ন হ’ল টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন। লিংগভিত্তিক বৈশিষ্ট্য বজাই ৰাখিবলৈ দুয়ো লিংগৰ বাবে ই অতি প্ৰয়োজনীয়।
এই বাতৰিত দিয়া তথ্য সামাজিক মাধ্যমৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।
চাওক লিংকত