হনুমানক পূজা কৰিলে জীৱনৰ সকলো দুখ-কষ্ট আঁতৰ হয়।
8 May 2025
TV9 ASSAM
ৰামৰ ভক্ত হনুমান হৈছে সকলো দেৱ-দেৱীৰ মাজত অতি সোনকালে সন্তুষ্ট হোৱা দেৱতা।
সন্তুষ্ট
নিয়মীয়াকৈ জপ কৰি, জীৱনৰ আটাইতকৈ ডাঙৰ বাধাবোৰ আঁতৰ কৰিব পাৰি।
হনুমান ভক্তি
তামোল পান আগবঢ়াওক, লগতে মঙলবাৰে ৰঙাফুল আৰু সেন্দুৰ আগবঢ়াওক।
চাকৰিৰ বাবে
মঙলবাৰে উপবাসে তাকি সেৱা কৰিলে জীৱনত কেতিয়াও টকা-পইচা বা খাদ্যৰ অভাৱ নহয়।
মঙলবাৰৰ উপবাস
মঙলবাৰৰ দিনা হনুমান মন্দিৰলৈ গৈ ৰাম নাম জপ কৰক।
জপ
মঙলবাৰে হনুমান মন্দিৰত গৈ সুন্দৰকান্দ পাঠ কৰিব লাগে।
সুন্দৰকাণ্ড
মনত শ্ৰদ্ধা-ভক্তিলৈ ভগৱানক সেৱা কৰিলে নিশ্চয় আপোনাৰ ইচ্ছা পূৰণ কৰিব।
ভক্তি
চাবলৈ ক্লিক কৰক
ধোনীৰ অৱসৰ
Learn more