হিন্দু ধৰ্মত শাওণৰ সোমবাৰৰ যথেষ্ঠ মহত্ব আছে।
13 july 2025
TV9 ASSAM
শাওণৰ মাহত মানুহে মনোকামনা পূৰণৰ বাবে শিৱৰ পূজা কৰে।
শিৱ পূজা
বিশ্বাস অনুসৰি মনে বিচৰা দৰা পাবলৈ শিৱলিংগত কেশৰ মিহলোৱা গাখীৰ ঢালিব।
কেশৰ গাখীৰ
এইদৰে শিৱৰ অভিশেষ কৰিলে আপুনি মনে বিচৰা সংগী লাভ কৰিব।
অভিশেষ
যদি আপোনাৰ বিবাহত দেৰি হৈ আছে তেন্তে জীৱন সংগীৰ লগত জড়িত সমস্যা দূৰ হ'ব।
গাখীৰ দিয়ক
যদি কেশৰ মিহলি কৰা গাখীৰ শিৱলিংগত দিয়ে, তেন্তে বাধা আঁতৰে।
শাওণৰ সোমবাৰে
যদি কেশৰ মিহলি গাখীৰ দিব নোৱাৰে তেন্তে নিলাজী বন অৰ্পন কৰক।
নিলাজী বন
নিলাজী বনেও আপুনি মনে বিচৰা জীৱন সংগী পোৱাত সহায় কৰে।
জীৱন সংগী
চাবলৈ ক্লিক কৰক
ভাৰতক ভয় কৰিছে নেকি পাকিস্তানে?
Learn more