এতিয়া শীতকাল আৰম্ভ হৈছে।
01 NOV 2025
TV9 ASSAM
শীতকালত যদি মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব বিচাৰে।
শীত
মুখত গ্লো আনিবলৈ মানুহে বহু ধৰণৰ ফেচিয়েল আৰু আন বহুতো বস্তু গ্ৰহণ কৰে।
ছালৰ যতন
কফি পাউদাৰ আৰু নাৰিকল তেলৰ ফেচ পেক শুকান ছালৰ লোকৰ বাবে উপকাৰী।
উপায়
তিনি চামুচ কেঁচা গাখীৰ দুচামুচ বেচন মিহলাই লওক। তাত অলপ হালধী গুড়িও দিব পাৰে।
ফেচপেক
এই মিশ্ৰণটো ২০ মিনিট মুখত লগাব আৰু তাৰ পিছত মুখখন পানীৰে ধুব।
যতন
তৎক্ষণাত উজ্জ্বলতা পাবলৈ আপুনি মৌ আৰু কফিৰ ফেচ পেক এটাও বনাব পাৰে।
যতন
কফিয়ে ছালৰ বাবে প্ৰাকৃতিক এক্সফোলিয়েণ্ট হিচাপে কাম কৰে।
যতন
লগতে পঢ়ক
‘ৰৈ ৰৈ বিনালে’ৰ অভিলেখ
Learn more